চৰাইদেওত খোৱা পানীৰ আঁচনি মুকলি

চৰাইদেওত খোৱা পানীৰ আঁচনি মুকলি

চৰাইদেও জিলাৰ ধোলেবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা ২৭ অক্টোবৰত খোৱা পানীৰ আঁচনি মুকলি কৰে নাজিৰাৰ অএনজিচিৰ কাৰ্যকৰী সঞ্চালক সহ সম্পত্তি প্ৰবন্ধক সুৰেশ ডি মাস্কেই ।

বিদ্যালয় খনে ১০০ বছৰীয়া বাৰ্ষিক জয়ন্তী পালন কৰাৰ লগতে খোৱা পানী আচঁনি মুকলি কৰাৰ উপলক্ষে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী আৰু অন্যান্য কৰ্মচাৰী সকলৰ বাবে সহায়ক হ'ব ।

আঁচনি খন কাৰ্যকৰী নিৰ্দেশক সহ সম্পত্তি প্ৰবন্ধক সুৰেশ ডি মাস্কেই মুকলি ব্যক্তিগত ভাৱে ধোলেবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com