জাগীৰোডৰ পথ দূৰ্ঘটনাত দুজন লোকৰ মৃত্যু

জাগীৰোডৰ পথ দূৰ্ঘটনাত দুজন লোকৰ মৃত্যু

যোৱা বৃহস্পতিবাৰে নিশা মৰিগাঁও জিলাৰ জাগীৰোডৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত (এছ ০১ডিএছ ৫২৯০) নম্বৰৰ পঞ্জীয়ন মাৰুতি চুজুকি ডিজাইৰ গাড়ী এখন দূৰ্ঘটনাপতিত হৈ দুজনকৈ লোকৰ মৃত্যু হয় । মৃত্যু হোৱা চিনাক্ত কৰা লোক দুজন ক্ৰমে সুজিত চন্দ্ৰা(৩৫) আৰু গাড়ী চালক বিৰেন্দ্ৰ শৰ্মা(২৮) । জানিব পৰা মতে গাড়ী খন নগাঁওৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com