ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ দিন সলনি

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ দিন সলনি

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হবলগীয়া প্ৰৱেশ পৰীক্ষাৰ দিন সলনি হোৱাল লৈ ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাঁকাৰ।বিমোৰত পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰীসকল।আজি নিৰ্ধাৰণ কৰা হৈছিল কেইবাটাও বিষয়ৰ পৰীক্ষাৰ দিন,কিন্তু সলনি কৰা হ'ল প্ৰৱেশ পৰীক্ষাৰ দিন। কাইলৈ অনুষ্ঠিত হ’‍ব মনোবিজ্ঞান, গণসংযোগ আৰু লাইব্ৰেৰী চায়েন্স বিষয়ৰ পৰীক্ষা। একেদিনাই কটন বিশ্ববিদ্যালয়তো হ’ব প্ৰৱেশ পৰীক্ষা। একেদিনাই পৰীক্ষা অনুষ্ঠিত কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি ছাত্ৰ-ছাত্ৰীৰ মাজত।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com