ডিব্ৰুগড়ত পিষ্টলৰ অনুজ্ঞা পত্ৰ বাতিল

ডিব্ৰুগড়ত পিষ্টলৰ অনুজ্ঞা পত্ৰ বাতিল
Published on

ডিব্ৰুগড় জিলাৰ মেজিষ্টেতে ৬আগষ্টত ইচু কৰা এক জাননী মৰ্মে গুৱাহাটীৰ পল্টন বজাৰৰ ৱাৰ্ড কমিচনাৰ সুদমা পাণ্ডেইৰ পিষ্টলৰ অনুজ্ঞা পত্ৰ বাতিল কৰে।আগষ্টৰ ৪তাৰিখে ডিব্ৰুগড় এছপি য়ে এক তদন্ত তথ্যৰ অনুসৰি উক্ত উল্লেখিত নিৰ্দেশটো জাৰি কৰে।১৯৫৯ চনৰ অস্ত্ৰ-শস্ত্ আইনৰ অধীনত অনুজ্ঞা পত্ৰ বাতিল কৰা হয় লগতে আৰক্ষী থানাৰ তৎপৰতাত ০.৩৩পিষ্টল জব্দ কৰা হয়। সেই ঘটনাৰ পৰিপেক্ষিতত জিলা মেজিষ্টেতে বৈৰাগীমঠ চাৰিআলিৰ দেৱজিত বড়া পিষ্টলৰ অনুজ্ঞা পত্ৰ দাখিল কৰে আৰু আৰক্ষীক অস্ত্ৰ জব্দ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com