দুজনক গ্ৰেপ্তাৰ

দুজনক গ্ৰেপ্তাৰ
Published on: 

বশিষ্ট আৰক্ষী আৰু মাদক সংস্থাৰ অধিকাৰীৰ যুটীয়া অভিযানত শনিবাৰে গধূলি খানাপাৰাৰ কইনাধৰাত দুজন লোক ক্ৰমে ৰঙিয়াৰ দেৱজিত কলিতা আৰু গোৱালপাৰাৰ জিতু ৰাভাক গ্ৰেপ্তাৰ কৰে।ব্যক্তি দুজনৰ পৰা ১৪১৮বটল কফ চিৰাপ 'ক'ডিৱেল' জব্দ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com