পদপথৰ আম বিক্ৰেতাক গ্ৰেপ্তাৰ

পদপথৰ আম বিক্ৰেতাক গ্ৰেপ্তাৰ

যোৱা বুধবাৰে ভৰলুমুখ আৰক্ষীয়ে চিনাক্ত কৰা পদপথৰ বেপাৰী লক্ষ্মী মহাতু নামৰ ব্যক্তি এজনক কেমিকেল দিয়া আম বিক্ৰী কৰা অপৰাধত ভৰলুমুখৰ কুমাৰপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে।আৰক্ষীৰ তথ্যানুসৰি কৃত্ৰিম ভাৱে আম পকাই থকা অৱস্থাত ভৰলুমুখ আৰক্ষীয়ে হাতে-লোটে ধৰা পেলায়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com