যদি জাতি ধ্বংস হয় আমিও ধ্বংস হম যিমানেই সাৱধান বাণী নুশুনাওক নাগৰিকত্ব সংশোধনী বিধেয়ক ৰ বিৰুদ্ধে অামি মাত মাতিমেই: অনুপ চেতিয়া

যদি জাতি ধ্বংস হয় আমিও ধ্বংস হম যিমানেই সাৱধান বাণী নুশুনাওক নাগৰিকত্ব সংশোধনী বিধেয়ক ৰ বিৰুদ্ধে অামি মাত মাতিমেই: অনুপ চেতিয়া

যদি জাতি ধ্বংস হয় আমিও ধ্বংস হম যিমানেই সাৱধান বাণী নুশুনাওক নাগৰিকত্ব সংশোধনী বিধেয়ক ৰ বিৰুদ্ধে অামি মাত মাতিমেই" মে-ডাম-মে-ফী ত অংশগ্ৰহণ কৰি আলোচনাপন্থী নেতা অনুপ চেতিয়াৰ মন্তব্য। বৃহত্তৰ গুৱাহাটী কেন্দ্ৰীয় মে-ডাম-মে-ফী উদযাপন সমিতিয়ে মহানগৰীৰ চ্যুকাফা নগৰ, নটবমা ৰেনচেঙৰ প্ৰাংগনত আয়োজিত কৰা মে-ডাম-মে-ফী ত অনুপ চেতিয়াই ব্যক্ত কৰে যে যুদ্ধ বিৰতি চুক্তি, ২০১১ অনুসৰি চৰকাৰে তেওঁলোকক ৰাষ্ট্ৰৰ বিৰুদ্ধত গণতান্ত্ৰিক বা অগণতান্ত্ৰিক ভাৱে অংশগ্ৰহণ কৰাত বাধা আৰোপ কৰিছে।

তথাপিও অসমীয়া জাতিৰ ক্ষেত্ৰত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰুদ্ধে তেওঁলোকে মাত মাতি যাব। আনহাতে মে-ডাম-মে-ফী অনুষ্ঠানত পূৰ্ব পুৰুষসকলক সেৱা জনাই সকলোকে বৃহৎ অসমীয়া জাতিৰ স্ৰষ্টা চাওলুং চ্যুকাফাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com