ৰেলৱে লাইনত দুটাকৈ মৃতদেহ উদ্ধাৰ

ৰেলৱে লাইনত দুটাকৈ মৃতদেহ উদ্ধাৰ

যোৱা আগষ্ট ১০তাৰিখে সোণাৰি-নাহৰকটীয়া ৰেলৱে লাইনত গুৰুতৰ ভাৱে নিহত দুটাকৈ মৃতদেহ উদ্ধাৰ হয়।তথ্যানুসৰি,স্থানীয় লোকে খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰে।মৃতদেহ দুটা দুজন পুৰুষৰ বুলি চিনাক্ত কৰাৰ লগতে আৱাধ-অসম এক্সপ্ৰেছৰ যাত্ৰী বুলি জানিব পৰা গৈছে।তথ্যানুসৰি সন্দেহ কৰা হৈছে যে কোনো দুষ্কৃতি লোকে যাত্ৰী দুজনৰ মুল্যবান সামগ্ৰী লোট কৰি নিয়ে আৰু ব্যক্তি দুজন ক্ৰমে বিতুল বসুমতাৰী আৰু খনি গগৈ বুলি চিনাক্ত কৰা হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com