ৰাজ্যিক বাতৰি
ভোগালী বিহুত ৰাইজক শুভেচ্ছা মুখ্যমন্ত্ৰীৰ
ভোগালী বিহু উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
গুৱাহাটীঃ ভোগালী বিহু উপলক্ষে ৰাজ্যবাসীক সম্ভাষণ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক বিবৃতিত শৰ্মাই কয়, "ভোগালী বিহু উপলক্ষে অসমবাসীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো''।