গুৱাহাটীঃ ভোগালী বিহু উপলক্ষে ৰাজ্যবাসীক সম্ভাষণ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক বিবৃতিত শৰ্মাই কয়, "ভোগালী বিহু উপলক্ষে অসমবাসীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো''।.লগতে পঢ়ক: ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত কৰ বৃদ্ধিৰ আহ্বান ছাত্ৰসমাজৰ