Top
Begin typing your search above and press return to search.

কোকৰাঝাৰত হোম কোৱাৰেণ্টিনত থকা ক'ৱিড আক্ৰান্তৰ মৃত্যু

ৰাজকুমাৰ বসুমতাৰী নামৰ ব্যক্তিজনৰ শৰীৰত যোৱা পাঁচ ছেপ্টেম্বৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷

কোকৰাঝাৰত হোম কোৱাৰেণ্টিনত থকা কৱিড আক্ৰান্তৰ মৃত্যু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Sep 2020 1:28 PM GMT

গৃহত আছুতীয়াকৈ থকা বা হোম কোৱাৰেণ্টিনত থকা কোকৰাঝাৰৰ এজন ক'ৰ'না আক্ৰান্ত ব্যক্তি মৃত্যুমুখত পৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি চেঁচাপানীৰ ৰাজকুমাৰ বসুমতাৰী নামৰ ব্যক্তিজনৰ শৰীৰত যোৱা পাঁচ ছেপ্টেম্বৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ তাৰ পাছত তেওঁ হোম কোৱাৰেণ্টিনত থাকিবলৈ লয় ৷

হোম কোৱাৰেণ্টিনত থকা অৱস্থাতে আজি তেওঁৰ মৃত্যু হয় ৷ ইয়াৰ লগে লগে কোকৰাঝাৰত ক'ৰ'নাত মৃতৰ সংখ্যা ১৮জনলৈ বৃদ্ধি পাইছে ৷

আৰু পঢ়িব পাৰেঃ ৰাজ্যৰ ক্ৰিকেট কিংবদন্তী প্ৰবোধ চৌধুৰীৰ বিয়োগত শোক

Next Story