Top
Begin typing your search above and press return to search.

কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা বিষ্ণু ৰহাঙৰ অকাল মৃত্যু

তেওঁ সদৌ অসম ট্ৰাইবেল সংঘৰ সাংগঠনিক সম্পাদকৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷

কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা বিষ্ণু ৰহাঙৰ অকাল মৃত্যু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Aug 2020 9:29 AM GMT

সদৌ কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বিষ্ণু ৰহাঙৰ অকাল বিয়োগ ঘটিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি আজি পুৱা ছাত্ৰ নেতাজনৰ গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হয় ৷ দীৰ্ঘদিন ধৰি তেওঁ মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত আছিল ৷ মৃত্যুৰ সময়ত প্ৰাক্তন ছাত্ৰ নেতাজনৰ বয়স হৈছিল মাথোঁ ৪৭বছৰ ৷ তেওঁ সদৌ অসম ট্ৰাইবেল সংঘৰ সাংগঠনিক সম্পাদকৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷

আৰু চাব পাৰেঃ ২ ছেপ্টেম্বৰত মুক্তি পাব উৎপল বৰপূজাৰীৰ " মেম'ৰীজ অৱ এ ফৰগটেন ৱাৰ"-এ

Next Story