Begin typing your search above and press return to search.

'তেল ছুৰা'ৰ অভিনেতা জিতুল ৰাজবংশীৰ অকাল বিয়োগ

মৃত্যুৰ সময়ত ৰাজবংশীৰ বয়স হৈছিল মাথোঁ ২৬ বছৰ ৷ তেওঁ তামুলপুৰৰ এখন স্কুলৰ টে'ট শিক্ষকো আছিল ৷

তেল ছুৰাৰ অভিনেতা জিতুল ৰাজবংশীৰ অকাল বিয়োগ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Sep 2020 11:40 AM GMT

ভয়চ অসমৰ জনপ্ৰিয় ইউটিউব ছিৰিজ 'তেল ছুৰা'ৰ অভিনেতা তথা চিত্ৰনাট্যকাৰ জিতুল ৰাজবংশীৰ যোৱা নিশা অকাল বিয়োগ ঘটে ৷ প্ৰাপ্ত তথ্য অনুসৰি বিগত কিছুদিন ধৰি ৰাজবংশী গুৱাহাটীস্থিত ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ আছিল।

তাত চিকিৎসাধীন অৱস্থাত মঙলবাৰে নিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত ৰাজবংশীৰ বয়স হৈছিল মাথোঁ ২৬ বছৰ ৷ তেওঁ তামুলপুৰৰ এখন স্কুলৰ টে'ট শিক্ষকো আছিল ৷

আৰু পঢ়িব পাৰেঃ দৰমহা-ভাট্টা নোলোৱা ৰাজ্যসভাৰ একমাত্ৰ সাংসদ ৰঞ্জন গগৈ

Next Story
চাকৰি