জুৱাৰ বিৰুদ্ধে লক্ষিমপুৰ জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে

জুৱাৰ বিৰুদ্ধে লক্ষিমপুৰ জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে

লক্ষিমপুৰ জিলা প্ৰশাসনে জিলা খনত জুৱা নিষিদ্ধ কৰিছে । ৰাজহুৱা শান্তি, নীতি, সামাজিক শান্তিৰ লগতে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিলৈ ভাবুকি কঢ়িয়াই অনা জুৱা আৰু লটাৰিৰ বিৰুদ্ধে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে লক্ষিমপুৰ জিলা প্ৰশাসনে । এই আদেশ কাৰ্যকাৰী নোহোৱা পৰ্যন্ত জাৰি থাকিব বুলি প্ৰকাশ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com