ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ মঞ্জিত ৰাভাৰ দুৰ্ঘটনাত মৃত্যু

অসমৰ গোৱালপাৰা জিলাত সংঘটিত হৈছে এই দুৰ্ঘটনা
ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ মঞ্জিত ৰাভাৰ দুৰ্ঘটনাত মৃত্যু
Published on

গুৱাহাটী : মঙলবাৰে সংঘটিত এক মৰ্মান্তিক ঘটনাই দুজনৰ প্ৰাণ কাঢ়ি নিলে। ৩১ জানুৱাৰী অৰ্থাৎ মঙলবাৰে সংঘটিত হোৱা দুৰ্ভাগ্যজনক দুৰ্ঘটনাত ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ মঞ্জিত ৰাভাৰ মৃত্যু হয়। অসমৰ গোৱালপাৰা জিলাত সংঘটিত হৈছে এই দুৰ্ঘটনা। মনজিতৰ লগতে গোৱালপাৰাৰ গাজাপাৰা পথত সংঘটিত হোৱা দুৰ্ঘটনাত কুৰ্বান আলী নামৰ আন এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে। সূত্ৰ অনুসৰি দুখন দ্ৰুতবেগী মটৰবাইকৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com