Begin typing your search above and press return to search.

অপহৃত শিশুক উদ্ধাৰ ৰেলৱে আৰক্ষীৰ, অপহৰণকাৰী ধৃত

অপহৰণকাৰীজন অৰুণাচল প্ৰদেশৰ নামচাইৰ বুলি ৰেল আৰক্ষীৰ সূত্ৰই জনায় ৷

অপহৃত শিশুক উদ্ধাৰ ৰেলৱে আৰক্ষীৰ, অপহৰণকাৰী ধৃত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Sep 2020 11:01 AM GMT

অলপতে এজন লোকে অপহৰণ কৰা এটি ন বছৰীয়া শিশুক উত্তৰ-পূব সীমান্ত ৰেলৱে আৰক্ষীৰ এটা দলে উদ্ধাৰ কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি অপহৰণকাৰীজনে শিশুটিক লৈ এখন ৰেলত উঠি ডিব্ৰুগড়ৰ পৰা যাত্ৰা কৰিবলৈ চেষ্টা কৰোঁতে ৰেল আৰক্ষীয়ে তেওঁক ধৰা পেলায় ৷

অপহৰণকাৰীজন অৰুণাচল প্ৰদেশৰ নামচাইৰ বুলি ৰেল আৰক্ষীৰ সূত্ৰই জনায় ৷ সম্প্ৰতি তেওঁক আৰক্ষীয়ে জিম্মাত ৰাখিছে ৷

আৰু চাব পাৰেঃ অৱশেষত ঘৰত উপস্থিত চীনা সেনাৰ দ্বাৰা অপহৃত পাঁচ অৰুণাচলী যুৱক

Next Story