ধেমাজিত সেৱাত নিয়োজিত অৱস্থাত ক'ৰ'নাত আক্ৰান্ত নাৰ্ছ

ধেমাজিত সেৱাত নিয়োজিত অৱস্থাত ক'ৰ'নাত আক্ৰান্ত নাৰ্ছ

নাৰ্ছগৰাকী ধেমাজি অসামৰিক হাস্পতালত নিয়োজিত হৈ আছে।
Published on

ৰোগীক সেৱা-শুশ্ৰ্ৰূষা সেৱা আগবঢ়াই থকা অৱস্থাতে এগৰাকী নাৰ্ছ আক্ৰান্ত হ'ল ক'ৰ'না ভাইৰাছ সৃষ্ট মহামাৰীত। নাৰ্ছগৰাকী ধেমাজি অসামৰিক হাস্পতালত নিয়োজিত হৈ আছে।তেওঁক এটা কোৱাৰেণ্টিন কেন্দ্ৰত নিয়োজিত কৰা হৈছিল। তাৰ পৰাই তেওঁৰ শৰীৰলৈ ক'ৰ'না ভাইৰাছ সোঁচৰা বুলি সংশ্লিষ্ট স্বাস্থ্য বিষয়াই ধাৰণা কৰিছে । যোৱা ২২ জুনত তেওঁৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। কালি ২৪ জুনত তেওঁৰ নমুনা পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পায়।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com