ৰূপনগৰত মুকলি খুচুৰা মাছৰ দোকান

খুচুৰা প্ৰতিষ্ঠানটো মুকলি কৰে অসমৰ মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই
ৰূপনগৰত মুকলি খুচুৰা মাছৰ দোকান
Published on

 গুৱাহাটীঃ মাঘ বিহু উপলক্ষে অসমৰ মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শনিবাৰে গুৱাহাটীৰ ৰূপনগৰত খুচুৰা মাছৰ বিপণী মুকলি কৰে। খুচুৰা প্ৰতিষ্ঠানটো মুকলি কৰাৰ সময়ত মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে বাহিৰৰ বজাৰৰ পৰা মাছ প্ৰচুৰ পৰিমাণে আহিছে। তেওঁ মানুহক স্থানীয় মাছ ক্ৰয় কৰিবলৈ আহ্বান জনায়।

মাঘ বিহু উপলক্ষে গুৱাহাটীৰ ৰূপনগৰত খুচুৰা মাছ বিক্ৰীৰ বিপণী উদ্বোধন কৰে। পঞ্জীয়নভুক্ত সমবায় সমিতিসমূহে এইবাৰ সমগ্ৰ অসমতে মাছ বিক্ৰী কৰিব বুলি তেওঁ জনায়

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com