Begin typing your search above and press return to search.

পুত্ৰসহ ক'ৰ'নাত আক্ৰান্ত হ'ল শোণিতপুৰৰ উপায়ুক্ত সিং

তেওঁ তাৰ পাছতে জি এম চি এইচত চিকিত্সাৰ বাবে ভৰ্তি হয়। একেদৰে উপায়ুক্ত সিং আৰু তেওঁৰ পুত্ৰও জি এম চি এইচত ভৰ্তি হৈছে।

পুত্ৰসহ কৰনাত আক্ৰান্ত হল শোণিতপুৰৰ উপায়ুক্ত সিং

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2020 6:38 AM GMT

পুত্ৰসহ ক'ৰ'না পজিটিভ হৈছে শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ সিং। প্ৰাপ্ত তথ্য অনুসৰি যোৱা মঙলবাৰে উপায়ুক্ত সিং আৰু তেওঁৰ পুত্ৰ ক'ৰ'নাত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হয়। ইয়াৰ পূৰ্বে উপায়ুক্ত সিঙৰ পত্নী ডঃ অৰ্পনা সিং এই মহামাৰীত আক্ৰান্ত হয়। তেওঁ তাৰ পাছতে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিত্সাৰ বাবে ভৰ্তি হয়। একেদৰে উপায়ুক্ত সিং আৰু তেওঁৰ পুত্ৰও জি এম চি এইচত ভৰ্তি হৈছে।

ক'ৰ'নাত আক্ৰান্ত হোৱাৰ কথা উপায়ুক্তগৰাকীয়ে দ্য ছেণ্টিনেল ডিজিটেলক কয়, ' যোৱা ১৮ আগষ্টত মোৰ আৰু মোৰ পুত্ৰৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। তাৰ পাছতে আমি জি এম চি এইচত ভৰ্তি হওঁ"।

আৰু পঢ়িব পাৰেঃ জম্মু-কাশ্মীৰৰ পৰা সুৰক্ষা বাহিনীৰ এশটা কোম্পানী প্ৰত্যাহাৰৰ যো-জা

Next Story
চাকৰি