শোণিতপুৰত ৩.৫ প্ৰাবল্যৰ ভূমিকম্পৰ জোঁকাৰণি

ভূমিকম্পটোৰ জোঁকাৰণি পুৱা ৫.২৬বজাত অনুভূত হয়
শোণিতপুৰত ৩.৫ প্ৰাবল্যৰ ভূমিকম্পৰ জোঁকাৰণি
Published on: 

উত্কত গৰমৰ মাজতে ভূমিকম্পৰ জোঁকাৰণি অনুভূত হ'ল শোণিতপুৰ জিলাত। প্ৰাপ্ত তথ্য অনুসৰি আজি শনিবাৰে নিচেই পুৱা জিলাখনত এটা ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয়। ৰাষ্ট্ৰীয় ভূ-কম্পন কেন্দ্ৰৰ মতে, এই ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩.৫আছিল। এই কেন্দ্ৰৰ মতে, ভূমিকম্পটোৰ জোঁকাৰণি পুৱা ৫.২৬বজাত অনুভূত হয়।

উল্লেখ্য যে যোৱা ১৬ জুলাইত কৰিমগঞ্জতো এটা নিম্ন প্ৰাবল্যৰ ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয়।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com