ড্ৰাগচ যুদ্ধাকাৰী নিজেই পৰিবৰ্তন ড্ৰাগচ বিক্ৰেতালৈ

ড্ৰাগচ যুদ্ধাকাৰী নিজেই পৰিবৰ্তন ড্ৰাগচ বিক্ৰেতালৈ

জাগুন আৰক্ষীয়ে অসম-অৰুণাচল সীমামুৰীয়া অঞ্চলৰ পৰা ড্ৰাগচ বিৰুদ্ধে অভিযান চলোৱা নোমাল পেগুক গ্ৰেপ্তাৰ কৰে।ধৃত ব্যক্তি জনে পূৰ্বতে ড্ৰাগচ বিৰোধী অভিযান চলাইছিল আৰু পিছলৈ নিজে ড্ৰাগচ বিক্ৰেতালৈ পৰিৰ্বতন হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com