সোণম ৰঘুবংশীৰ জামিন আবেদনৰ শুনানি স্থগিত ৰাখিলে মেঘালয় উচ্চ ন্যায়ালয়ে

মেঘালয় উচ্চ ন্যায়ালয়ে সোমবাৰে চাঞ্চল্যকৰ ৰাজা ৰঘুবংশী হানিমুন হত্যাকাণ্ডৰ গোচৰ মূল অভিযুক্ত সোণম ৰঘুবংশীক প্ৰদান কৰা জামিন বাতিল।
সোণম ৰঘুবংশীৰ জামিন আবেদনৰ শুনানি স্থগিত ৰাখিলে মেঘালয় উচ্চ ন্যায়ালয়ে
Published on

শ্বিলংঃ মেঘালয় উচ্চ ন্যায়ালয়ে সোমবাৰে চাঞ্চল্যকৰ ৰাজা ৰঘুবংশী হানিমুন হত্যাকাণ্ডৰ গোচৰ মূল অভিযুক্ত সোণম ৰঘুবংশীক প্ৰদান কৰা জামিন বাতিল কৰাৰ আৱেদন সন্দৰ্ভত শুনানি স্থগিত ৰাখে। ৰাজ্য চৰকাৰে নিজৰ যুক্তি দাখিল কৰিবলৈ অধিক সময় বিচৰাত আদালতে এই সিদ্ধান্ত লয়।

শুনানিৰ সময়ত প্ৰতিৰক্ষা পক্ষৰ অধিবক্তাই আদালতক জনায় যে তেওঁলোক এই বিষয়ত যুক্তি আগবঢ়াবলৈ সাজু আছে। (IANS)

অধিক পঢ়ক - খনিজ বিনিয়োগৰ মুখ্য কেন্দ্ৰ হিচাপে গঢ় লৈ উঠাত অসমক ৫০০ কোটি টকাৰ পুৰস্কাৰ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com