মথঘৰীয়া গাড়ী দুৰ্ঘটনাঃ গুৱাহাটীৰ এক্স’ৰ’ পাব আৰু আবকাৰী বিভাগৰ বিৰুদ্ধে অভিযোগ দাখিল

২৬ এপ্ৰিলত ছামিম আহমেদ আৰু তিনিগৰাকী মহিলাই মদ্যপান কৰা এক্স’ৰ’ পাবৰ বিৰুদ্ধে আনুষ্ঠানিক অভিযোগ দাখিল কৰা হৈছে।
মথঘৰীয়া গাড়ী দুৰ্ঘটনাঃ গুৱাহাটীৰ এক্স’ৰ’ পাব আৰু আবকাৰী বিভাগৰ বিৰুদ্ধে অভিযোগ দাখিল
Published on

গুৱাহাটীঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা গীতিমা বৰাই গুৱাহাটীৰ নূনমাটি আৰক্ষী থানাত দাখিল কৰিছে এক আনুষ্ঠানিক অভিযোগ। ঘটনা সন্দৰ্ভত আবকাৰী বিভাগৰ বিৰুদ্ধেও সুকীয়া এজাহাৰ দাখিল কৰে ছানীয়ে। বিএনএছৰ ১০৬ ধাৰাত গোচৰ ৰুজু কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে অধিবক্তাগৰাকীয়ে।

অধিক পঢ়ক - গুৱাহাটী পথ দুৰ্ঘটনাঃ মঠঘৰিয়াৰ সমীপত ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা মৰাৰ ফলত মৃত্যু তিনি যুৱতীৰ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com