আৰ্থিক সাহাৰ্য্যৰ আশা কৰিছে ৰাইজে

আৰ্থিক সাহাৰ্য্যৰ আশা কৰিছে ৰাইজে
Published on

কোকাৰাঝাৰ আৰু চিৰাং জিলাৰ শতাধিক গাঁওবাসীয়ে ভোটাৰচ পাৰ্টী ইন্টাৰনেচনেল (VPI)ৰ পৰিচয় পত্ৰৰ যোগেদি আৰ্থিক সাহায্য পোৱাৰ আশা কৰিছে।এই পাৰ্টীটোৱে শিক্ষাৰ প্ৰভাৱ নপৰা অতি ভিতৰুৱা গাঁও বোৰত ৰাইজৰ সমৰ্থনৰ সহায়ত তেওঁলোকৰ প্ৰাৰ্থীক ২০১৯ লোকসভা নিৰ্বাচনত জয়ী কৰাৰ বাবে কাম কৰে।বুধবাৰে কোকৰাঝাৰ টাউনত ভিপিআইৰ সহযোগত শতাধিক ৰাইজে আন্দোলন কাৰ্যসুচী ৰূপায়ন কৰে।তেওঁলোকে ভিপিআইৰ সভাপতি ভাৰত গান্ধীক আৰক্ষী সুৰক্ষা প্ৰদানৰ লগতে তেওঁলোককো আৰ্থিক সাহাৰ্য্য প্ৰদানৰ দাবী উত্থাপন কৰে।কোকাৰাঝাৰ জিলাৰ উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ দলটোৱে এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com