আজিৰ অসম

৯ মে’ত কলকাতাৰ ব্ৰিগেড পেৰেড খেলপথাৰত পশ্চিম বংগ বিজেপি চৰকাৰৰ শপত গ্ৰহণ, উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোডী, অমিত শ্বাহ

পশ্চিমবঙ্গত বিজেপি নেতৃত্বাধীন চৰকাৰে ৯ মে’ত কলকাতাৰ ব্রিগেড পেৰেড গ্ৰাউণ্ডত শপতগ্ৰহণ কৰিব।

Sentinel Digital Desk

কলকাতাঃ পশ্চিমবঙ্গত বিজেপি নেতৃত্বাধীন চৰকাৰে ৯ মে’ত কলকাতাৰ ব্রিগেড পেৰেড গ্ৰাউণ্ডত শপতগ্ৰহণ কৰিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি সৌমিক ভট্টাচাৰ্যই জনাইছে।

বঙালী পঞ্জিকা অনুসৰি এই তাৰিখটো ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মজয়ন্তীৰ সৈতে মিল থকাৰ বাবে বাছনি কৰা হৈছে। (আইএএনএছ)

অধিক পঢ়ক - নিৰ্বাচনী জয়ৰ পিছত তৃণমূলৰ হিংসাৰ সংস্কৃতি গ্ৰহণ নকৰিবঃ সুবেন্দু অধিকাৰী