কুম্ভ

কুম্ভ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ

Sentinel Digital Desk

প্ৰেম-প্ৰীতিৰ ক্ষেত্ৰত অত্যধিক আশা নকৰিব। আপুনি প্ৰতিকূল পৰিৱেশতো ভালখিনি উলিয়াই লবলগা হব পাৰে। পেচাগত কাম-কাজে্ আপোনাক অত্যধিক ব্যস্ত ৰাখিব পাৰে। আপোনাৰ বাবে সময় স্বাভাৱিক হব। আপুনি উন্নত সেৱা আগবঢ়াই ভাল সুবিধাজনক অৱস্থাত থাকিব।