কুম্ভ

কুম্ভ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ

Sentinel Digital Desk

পুলিতেই বিবাদ নিষ্পত্তি কৰক। আপোনাৰ প্ৰেমৰ সম্পৰ্কত ব্যাঘাত জন্মোৱা কোনো ব্যক্তি বা কথাক কঠোৰভাবে দমন কৰা উচিত। পৰিয়ালৰ সৈতে আপুনি গুণগত সময় অতিবাহিত কৰিব। ঘৰত ৰঙীণ আৰু জীৱন্ত পৰিৱেশ বিৰাজ কৰিব। আপোনাৰ বাবে নতুন কাৰোবাৰ সৈতে সম্পৰ্ক কৰাৰ বহু সুয়োগ থাকিব।