কৰ্কট

কৰ্কট, ২২ জুনৰ পৰা ২২ জুলাইলৈ

Sentinel Digital Desk

প্ৰেম আপোনাৰ বাবে অনুকূল হব। আপুনি আপোনাৰ প্ৰতি আকৰ্ষিত কিছু ব্যক্তিক লগ পাব। আপোনাৰ ফ্লাট কৰাৰ প্ৰবৃত্তি স্পষ্ট হৈ উঠিব। কোনো ব্যক্তিয়ে আপোনাৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰিব। কিন্তু তেওঁ এইক্ষেত্ৰত সফল নহব। আপুনি আপোনাৰ কাম গুৰুত্বসহকাৰে লব আৰু কামৰ প্ৰতি আপুনি সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব। আপুনি আজি আপোনাৰ কাম-কাজ উপভোগ কৰিব।