কৰ্কট

কৰ্কট, ২২ জুনৰ পৰা ২২ জুলাইলৈ

Sentinel Digital Desk

আপুনি বিচৰা ধৰণেৰে ফলাফল লাভ কৰিব। সুফল লাভৰ বাবে আপুনি অধিক কষ্ট কৰিব লাগিব। আপোনাৰ প্ৰেম-জীৱনত কোনো দুখ-কষ্ট নাথাকিলেও সুখৰ অভাৱ ঘটিব পাৰে। আপুনি কাম-কাজৰ ক্ষেত্ৰত কষ্ট কৰিব লগীয়া হব পাৰে, কিন্তু আপুনি সক্ৰিয় হৈ থাকিব আৰু সুফল লাভ কৰিব। আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সময় উপভোগ কৰিব।