মকৰ

মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ

এই জটিল সময়ত আপুনি সন্তানৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব।

Sentinel Digital Desk

আজি আপুনি সংগীৰ সৈতে কটাবলৈ অফুৰন্ত সময় পাব। আৰু আপুনি আজি সংগীৰ ৰাপ আৰু অমুভূতি ভালদৰে অনুধাৱন কৰিবলৈ সক্ষম হব। পৰস্পৰে পৰস্পৰৰ ওপৰত অধিক আৰু শক্তিশালী বিশ্বাস ৰখাৰ প্ৰয়োজন। আপুনি শান্ত আৰু সহজবোধ কৰি থাকিব। তদুপৰি আজি পৰিয়ালৰ সৈতেও সময় পাৰ কৰিব আৰু ধৰ্মীয় কাম-কাজত অধিৰ মনোনিৱেশ কৰিব। এই জটিল সময়ত আপুনি সন্তানৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব।