মকৰ

মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ

Sentinel Digital Desk

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক এক সুন্দৰ ঠাইলৈ লৈ যাব। আপোনাৰ প্ৰিয় কোনো পৰিয়ালৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ সম্ভাৱনাও আছে। ঘৰত আকাংক্ষিত কোনো অনুষ্ঠানৰ আয়োজন চলিব। জীৱনৰ প্ৰতি আপোনাৰ দৃষ্টিভংগীও ইতিবাচক হব। নতুন যোগাযোগ স্থাপিত হব। মহিলাসকলে নিজৰ কামত দক্ষতা অৰ্জন কৰিব।