মকৰ

মকৰ(২২ মে'ৰ পৰা ২১ জুনলৈ

পূৰ্ণ উত্সাহেৰে কৰ্মত আপুনি মনোনিৱেশ কৰিব পাৰিব।

Sentinel Digital Desk

আজিৰ দিনটো আপোনাৰ বাবে এটা ভাল দিন। কৰ্মত আজি আপুনি উল্লেখনীয় সফলতা লাভ কৰিব। আহি থকা দিনবোৰতো শান্তি, স্ফূৰ্তি আৰু ধন-সম্পত্তিৰ ফালৰ পৰা আপুনি সন্তুষ্ট হ'ব। পূৰ্ণ উত্সাহেৰে কৰ্মত আপুনি মনোনিৱেশ কৰিব পাৰিব। আপোনাৰ বাসগৃহ সজোৱা আৰু পুনৰ-নিৰ্মাণৰ বাবে আপুনি পৰিকল্পনা কৰিব।