মিথুন

মিথুন, ২২ মেৰ পৰা ২১ জুনলৈ

Sentinel Digital Desk

সুযোগৰ বাবে অপেক্ষা কৰি নাথাকিব। যি পাই তাকে গ্ৰহণ কৰক।  পাৰস্পৰিক সম্পৰ্কৰ ক্ষেত্ৰত সংগীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক। আপোনাক যিবোৰ কাৰকে উদ্বিগ্ন কৰি ৰাখিছিল, সেইবোৰৰ আজি অন্ত পৰিব। আজি আপুনি নতুন বাহন ক্ৰয় কৰিব পাৰে। আপোনাৰ স্বাস্থ্য অটুট থাকিব।