সিংহ

সিংহ, ২৩ জুলাইৰ পৰা ২৩ আগষ্টলৈ

Sentinel Digital Desk

আপুনি আপোনাৰ সৈতে যুঁজ দিবলগা হব পাৰে। আপোনাৰ বাবে ক্ষতিকাৰক হবলগা আবেগ-অনুভূতি নিয়ন্ত্ৰণ কৰক। স্বাধীনতা উপভোগৰ বাবে আপুনি অ-বিবাহিত হৈ ৰোৱাৰ কথা চিন্তা কৰিব পাৰে। কামত ব্যস্ত থাকিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত আপুনি আজি হতাশ হব পাৰে। অস্বস্তিয়ে আপোনাক বশ কৰিব। আপুনি পৰিয়ালৰ সদস্যবৰ্গৰ পৰা বহুখিনি বিচাৰিব।