তুলা

তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ

আপোনাৰ আৰ্থিক অৱস্থা অধিক ভালৰ ফালে আহিব।

Sentinel Digital Desk

প্ৰেমিক বা প্ৰেমিকাৰ পৰা আপুনি উপযুক্ত সহযোগ লাভ কৰিব। আপোনালোকৰ সম্পৰ্ক মধুৰ হব। আপোনাৰ প্ৰেম-প্ৰীতি অটুট থাকিব। আপোনাৰ বিত্তীয় অৱস্থাৰ উন্নতি সাধন ঘটিব। আপোনাৰ আৰ্থিক অৱস্থা অধিক ভালৰ ফালে আহিব।