তুলা

তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ

পুনি প্ৰিয়জনৰ বাবে কোনো উপহাৰ ক্ৰয় কৰিব পাৰে। আপোনাৰ কেৰিয়াৰৰ পথত কোনো বাধা-বিঘিনী থাকিব পাৰে।

Sentinel Digital Desk

আজি আপুনি প্ৰিয়জনৰ সৈতে মধুৰ সময় অতিবাহিত কৰিব। দুয়োজনেই পৰস্পৰৰ সংগ সম্পূৰ্ণৰূপে উপভোগ কৰিব। আপুনি প্ৰিয়জনৰ বাবে কোনো উপহাৰ ক্ৰয় কৰিব পাৰে। আপোনাৰ কেৰিয়াৰৰ পথত কোনো বাধা-বিঘিনী থাকিব পাৰে। কোনো ভাগ্য আপোনাৰ প্ৰতি সু-প্ৰসন্ন থাকিব।