তুলা

তুলা, ২৩ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ

আপুনি ধনৰ ক্ষেত্ৰত সুফল লাভ কৰিব। গ্ৰহাদিৰ অৱস্থান আপোনাৰ বাবে শুভ।

Sentinel Digital Desk

আপুনি আজি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ আগত অন্তৰৰ কথা কথা খুলি কোৱাৰ সংযোগ পাব। কৰ্মস্থলীত আজি আপুনি কিছু কঠোৰ হব। পৰিয়ালত চিন্তা-দুঃশ্চিন্তা থাকিব।  আপুনি ধনৰ ক্ষেত্ৰত সুফল লাভ কৰিব। গ্ৰহাদিৰ অৱস্থান আপোনাৰ বাবে শুভ।