তুলা

তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ

Sentinel Digital Desk

প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটোৱে নতুনত্ব কঢ়িয়াই আনিব। চিন্তা-দুশ্চিন্তা কাটি কৰি দিনটো উপভোগ কৰাৰ চেষ্টা কৰক। চন্দ্ৰ শুভ অৱস্থানে সফলতা কঢ়িয়াই আনিব। কামৰ প্ৰতি আপোনাৰ আন্তৰিকতাই বহুখিনি কঢ়িয়াই আনিব। আপোনাৰ মুৰব্বী আপোনাৰ কামক লৈ সন্তুষ্ট হব।