তুলা

তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ

Sentinel Digital Desk

আপুনি প্ৰেমৰ সম্পৰ্কৰ পৰা কি পালে, সেয়া বিবেচনা কৰাৰ সময় সমাগত হৈছে। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক পুৰণিকলীয়া আখ্যা দিব পাৰে আৰু আপুনিও তেওঁৰ চিন্তা-ধাৰা চলিত সময়ৰ সৈতে খাই নাখাই অনুভৱ কৰিব পাৰে। কিন্তু আপোনাৰ বিত্তীয় উন্নতি দ্ৰুততৰে সাধন হব।