প্ৰেম-জীৱনত কোনো ভুলৰ বাবে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক দোষাৰোপ কৰাতকৈ নিজক খুচৰি চোৱাৰ প্ৰয়োজন। আপুনিও ভুল কৰিব পাৰে। আপোনাৰ স্বাস্থ্য ভালে নাথাকিব পাৰে। ইয়ে আপোনাৰ কাম-কাজত ব্যাঘাত জন্মাব। আৰু আপোনাৰ পদোন্নতিত পলম হব পাৰে। কিন্তু আপোনাৰ স্পৃহাৰ অৱনতি নঘটিব আৰু আপুনি শক্তি আৰু উদ্যমেৰে পূৰ্ণ হৈ থাকিব।