মীন

মীন(১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ)

Sentinel Digital Desk

আপুনি এক ভাল সময় উপভোগ কৰিব। ভাগ্য আপোনাৰ প্ৰতি সুপসন্ন হব। আপুনি কৰ্মস্থলীৰ বাহিৰত এজন অপৰিচিত ব্যক্তিৰ সৈতে সম্পৰ্ক কৰাৰ সুযোগ পাব। আপোনাৰ নাম-ধাম বৃদ্ধি পাব। আপোনাৰ বিত্তীয় অৱস্থা ভালে থাকিব।আপুনি বিবাহৰ দিশে আগবাঢ়িব পাৰে ।