মীন

মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ

Sentinel Digital Desk

এটা নতুন কামত আজি আপুনি নগৰলৈ ওলাই যাব। আপোনাৰ সংগী অত্যন্ত বুজন হব আৰু আপোনাৰ কাম-কাজত কোনো বাধা আৰোপ নকৰিব। আপুনি মসৃণভাবে কামত আগুৱাব পাৰিব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হ'ব। আপুনি আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে সম্পৰ্ক স্থাপন কৰিব।