মীন

মীন, ১৯ পেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ

Sentinel Digital Desk

আজিৰ দিনটো আপোনাৰ বাবে ঘটনাবহুল হব। অধিক আঁচনি-পৰিকল্পনা নকৰিব। যেনেদৰে সময় আহে, তেনেদৰে কাম কৰিব।  আপুনি নিজে নিজৰ যতন লব। আপুনি প্ৰেমিক বা প্ৰেমিকাৰ সৈতে কটাবলৈ যথেষ্ট সময় পাব। তদুপৰি আপুনি পৰিয়ালৰো যতন লব। আপোনাৰ দিহা-পৰামৰ্শত ডাঙৰ কাম সম্পন্ন হব। সময় প্ৰতিকূল নহব।