মীন

মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ

Sentinel Digital Desk

আপুনি সম্পৰ্কৰ পৰা অধিক আশা কৰিব। ইয়াকে পাবলৈ আপোনাৰ ধৈৰ্য গুণ নোহোৱা হব। আপোনাৰ সংগী আৰু পৰিয়ালেও আপোনাৰ পৰা কিবা বিচাৰিবলৈ লব। আপুনি তেওঁলোকৰ যতন লোৱাৰ প্ৰয়োজন হব। সময় আগবঢ়াৰ লগে লগে সকলোখিনিয়ে পূৰ্ণাংগ ৰূপ লব। স্বাভাৱিকভাৱে সকলো ঠিক-ঠাক হবলৈ এৰি দিয়ক। ভগৱানৰ প্ৰতি আপোনাৰ বিশ্বাস অধিক বৃদ্ধি পাব।