মীন

মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ

Sentinel Digital Desk

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক লৈ সন্দেহৰ আবৰ্তত থাকিব। আত্মসন্মানৰ অভাবে আপোনাক আনন্দ উপভোগৰ পৰা বঞ্চিত কৰিব। আপুনি কোনোজনৰ অনুপস্থিতি অনুভৱ কৰি আবেগিক হৈ পৰিব। শত্ৰু আৰু প্ৰতিদ্বন্দীয়ে আপোনাক আবেগিকভাবে ধ্বংস কৰাৰ চেষ্টা কৰিব। আপুনি ব্যৱসায়িক ভ্ৰমণৰ সুযোগ পাব। ইয়ে আপোনাক লাভাম্বিত কৰিব।