মীন

মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ

Sentinel Digital Desk

আপুনি সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিয়াৰ পাছতো আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই বিচৰাখিনি পূৰণ কৰিব পৰাটো প্ৰায় অসম্ভৱ হব। এক তাত্ক্ষণিক ৰদ-বদলৰ প্ৰয়োজন হব। কৰ্মস্থলীত আপোনাৰ পাৰদৰ্শিতা ভাল হব। উচ্চপদস্থ বিষয়াৰ সৈতে আপোনাৰ যোগাযোগ স্থাপন হব। আজিৰ দিনটো আপোনাৰ বাবে ভাল। আজি আপোনাৰ ঘৰলৈ কোনো অপ্ৰত্যাশিত অতিথি আহিব পাৰে