মীন

মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ

Sentinel Digital Desk

মীনপ্ৰত্যাহ্বানজনক পৰিস্থিতিয়ে আপোনাক কামৰ বাবে সাজু কৰি তুলিব। আপোনাৰ প্ৰ্ৰেমিক বা প্ৰেমিকাই সৃষ্টি কৰা কিছু অভাৱনীয় পৰিস্থিতিয়ে আপোনাক পৰিস্থিতিৰ সৈতে চামিল হোৱাত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব। প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত আপুনি নতুন সম্পৰ্ক গঢ়ি তুলিব। আপোনাৰ চেষ্টাৰ ফল ভাল হব। কিন্তু তাৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আৰু সঠিক সময়লৈ অপেক্ষা কৰক।