ধনু

ধনু (২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ)

এই সময়ছোৱা আপোনাৰ বাবে সৌভাগ্যৰ সময়। কথা-কামবোৰে আপোনাৰ স্বাৰ্থত কাম কৰিব।

Sentinel Digital Desk

আজি আপুনি কিছু জটিলতাৰ সন্মুখীন হব পাৰে। কোনোৱে আপোনাৰ প্ৰিয়জনক সংকোচ—শংকাত পেলাব পাৰে। গতিকে আপুনি অধিক সতৰ্ক থাকক আৰু বিতৰ্ক এৰাই চলক। আয়ৰ নতুন পথ মুকলিৰ সম্ভাৱনা আছে। এই সময়ছোৱা আপোনাৰ বাবে সৌভাগ্যৰ সময়। কথা-কামবোৰে আপোনাৰ স্বাৰ্থত কাম কৰিব।