ধনু

ধনু, ২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ

আজি সংগীক সকলো কথা খোলাখুলিকৈ কওক আৰু আপোনাৰ অনুভৱ লুকুৱাই নাৰাখিব।

Sentinel Digital Desk

নিয়মীয়া কাম-কাজৰ পৰা আজি আপুনি অনাকাংক্ষিতভাবে বিচ্যুত হব। আপুনি অধিক সময় প্ৰেমাস্পদৰ সৈতে কটাবলৈ চেষ্টা কৰিব। দীনজোৰা ভ্ৰমণ ইয়াৰ বাবে ভাল হব। আজি সংগীক সকলো কথা খোলাখুলিকৈ কওক আৰু আপোনাৰ অনুভৱ লুকুৱাই নাৰাখিব। বিবাহিত ব্যক্তিৰ জীৱনলৈ বসন্ত ঘূৰি আহিব। আপুনি ভাল চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব।