ধনু

ধনু, ২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ

আজিৰ দিনটো প্ৰিয়জনৰ বাবে বিশেষ কৰি তুলিবলৈ আপুনি চেষ্টাৰ ত্ৰুটি নকৰিব।

Sentinel Digital Desk

প্ৰেমিক বা প্ৰেমিকাক লগ পোৱাৰ আনন্দই আজি আপোনাৰ হিয়া থৌকি—াথৌ কৰি ৰাখিব। আজিৰ দিনটো প্ৰিয়জনৰ বাবে বিশেষ কৰি তুলিবলৈ আপুনি চেষ্টাৰ ত্ৰুটি নকৰিব। আপোনাৰ মৰ্যাদা বৃদ্ধি পাব। যুৱক-যুৱতীসকলে প্ৰিয়জনৰ সান্নিধ্যত সময় অতিবাহিত কৰিব।